Wp/rkt/উদ্ভিদ
Appearance
উদ্ভিদ (লেটিন ভাষা: Viridiplantae) জীববিজ্ঞানেৰ উদ্ভিদজগতেৰ অন্তৰ্গত কিছুগুলান বহুকোষী, সংকোষকেন্দ্ৰীয় জীব। সপুষ্পক উদ্ভিদ, নগ্নবীজী উদ্ভিদ, ঢেকীয়া, মছ, সেউজ শেলাই আদি উদ্ভিদ জগতেৰ অন্তৰ্গত। ভেঁকুৰ, আৰ্কিয়া আৰ্ বেক্টেৰিয়াক উদ্ভিদ বুলিয়া ধৰা নাহায়।