Jump to content

Wn/as/২০১৫ বিশ্বকাপ ক্ৰিকেটতৰ চেমি ফাইনেলত পৰাস্ত পাকিস্তান

From Wikimedia Incubator
< Wn | as
Wn > as > ২০১৫ বিশ্বকাপ ক্ৰিকেটতৰ চেমি ফাইনেলত পৰাস্ত পাকিস্তান

২০১৫ বৰ্ষৰ আইচিচি বিশ্বকাপ ক্ৰিকেটৰ ক্বাৰ্টাৰ ফাইনেলত পাকিস্তানক পৰাস্ত কৰি চেমি ফাইনেলত প্ৰবেশ কৰা তৃতীয়টো দল হ'ল অষ্ট্ৰেলীয়া। টচ কয় কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত ল'লে পাকিস্তানে, কিন্তু অধিক ৰান লাভ কৰিবলৈ সক্ষম নহ'ল। আনহাতে বেটিং-বলিং-ফিল্ডিং তিনিওতে পাৰদৰ্শিতা দেখুৱাই পাকিস্তানক পৰাস্ত কৰিবলৈ সক্ষম হ'ল অষ্ট্ৰেলিয়া। উল্লেখযোগ্য যে এতিয়া ভাৰতৰ সৈতে যুজিব অষ্ট্ৰেলিয়াই। বিশ্বকাপ চেম্পিয়ন হ'বলৈ আৰু মাথো দুটা জয়ৰ প্ৰয়োজন অষ্ট্ৰেলিয়াৰ।