Jump to content

Wn/as/প্ৰতিৰক্ষা মন্ত্ৰালয়ে ব্ৰহ্মপুত্ৰৰ বাকি থকা অংশত মথাউৰি নিৰ্মাণৰ অনুমতি দিছে: সৰ্বানন্দ

From Wikimedia Incubator
< Wn | as
Wn > as > প্ৰতিৰক্ষা মন্ত্ৰালয়ে ব্ৰহ্মপুত্ৰৰ বাকি থকা অংশত মথাউৰি নিৰ্মাণৰ অনুমতি দিছে: সৰ্বানন্দ

"প্ৰতিৰক্ষা মন্ত্ৰালয়ে ব্ৰহ্মপুত্ৰৰ বাকি থকা অংশত মথাউৰি নিৰ্মাণ কৰাৰ অনুমতি দিছে। সেই অংশ সেনা কেন্টনমেন্ট এৰিয়া" কেন্দ্ৰীয় খেল মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়।

মন্ত্ৰালয়টোৱে ৫ মাৰ্চত এচিয়ান ডেভেলপমেন্ট বেংক দ্বাৰা গ্ৰহণ কৰা ২৯ কোটী টকীয়া ডিব্ৰুগড়ৰ সুৰক্ষাৰ বাবে ব্ৰহ্মপুত্ৰৰ মথাউৰি নিৰ্মাণ কৰা প্ৰকল্পৰ অন্তৰ্গত ৭০০ মিটাৰৰ নিৰ্মাণকাৰ্যৰ অনুমতি দিয়ে।

ভূমি কেন্টনমেন্ট এৰিয়াত থকাৰ বাবে সেনাই ১২০০ মিটাৰ মথাুউৰি নিৰ্মাণৰ অনুমতি দিয়া নাছিল, সোণোৱালে কয়।