Wn/as/কৰ্ণাটকৰ আই এ এছ বিষয়া ৰৱিৰ মৃত্যুৰ তদন্ত চিবিআইৰ হাতলৈ দিয়াত সন্মত কৰ্ণাটক চৰকাৰ
Appearance
কৰ্ণাটকৰ মুখ্য মন্ত্ৰী চিদ্দৰমিয়াহে সোমবাৰে ভাৰতীয় প্ৰসাসনিক বিষয়া ডি কে ৰৱিৰ মৃত্যুৰ তদন্তৰ ভাৰ চিবিআইক দিয়াৰ সিদ্ধান্ত লয়।
তেওঁ কয় "মই কেচটো চিবিআইক দিয়াৰ সিদ্ধান্ত কৰিছো"।
২০০৯ বেটচৰ ৩৬ বছৰীয়া ৰৱি চহৰখনৰ কমাৰ্চিয়েল কৰ বিভাগৰ অতিৰিক্ত কমিছনাৰ আছিল ডিচেম্বৰ ২০১৪ৰ পৰা, ১০০ কিমি দূৰৰ কলাৰ জিলাৰ পৰা বদলি হোৱাৰ পিছত, য'ত তেওঁ উপায়ুক্ত হিচাপে জথেষ্ঠ খ্যাি লাভ কৰিছিল