Jump to content

User talk:Mg. Hemchandra Mili

Add topic
From Wikimedia Incubator
(Redirected from User talk:Hemchandra Mili, Dergaon)
Latest comment: 2 months ago by Hemchandra Mili, Dergaon in topic Thank you!

Thank you!

[edit source]

নমস্কাৰ! মিচিং ৱিকিপিডিয়াৰ কাম আৰম্ভ কৰাৰ বাবে সুখী হ’লোঁ। মই অসমীয়া ৱিকিপিডিয়াৰ এজন অৱদানকাৰী। আইৰ মুখৰ ভাষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ কাৰণে আপুনি আগবঢ়োৱা অৱদান অতি মূল্যৱান। কিবা কাৰিকৰী সহায় বা আন যিকোনো প্ৰকাৰৰ সহায়-সুবিধাৰ প্ৰয়োজন হ’লে নিঃসংকোচে যোগাযোগ কৰিবা বুলি আশা থাকিল। এনেকুৱা ভাল কামবোৰ কৰি যাওক, শুভেচ্ছা থাকিল।-AjayDas (talk) 06:08, 13 June 2026 (UTC)Reply

বহুত বহুত ধন্যবাদ। সুখী হ'লোঁ আপোনাৰ মন্তব্যৰ বাবে। আপোনাৰ নম্বৰটো দিব পাৰিব নেকি? আপোনাক যোগাযোগ কৰিম। Hemchandra Mili, Dergaon (talk) 15:06, 13 June 2026 (UTC)Reply